বিয়া হৈ গ’ল
YOUR LINK HERE:
http://youtube.com/watch?v=FXxf3OEWE_s
ALPHULIA - Ritom Borah DRIMONZ (ft. Migom Bori) || Official Visualiser || • • Credits- • • ♫ Song : ALPHULIA • ♫ Vocal Composition : Ritom Borah • ♫ Music : DRIMONZ • ♫ Flute : Ritom Borah • 🔈 stroke: Hirak jyoti sharma • ♫ Mix Master : Migom Bori • • • • Connect with the Artists- • • Ritom Borah : • https://instagram.com/ritom_borah?igs... • DRIMONZ : • https://instagram.com/drimonz_music?i... • Migom Bori : • https://instagram.com/migom_bori_h?ig... • • • ALPHULIA Lyrics : • • চামেলী নে চম্পাৱতী কৰেনো মোহিনী • বিচাৰিলে দিবা জানো কোমল হিয়াখনি • সৰগৰে পৰী তুমি পদুম কোঁৱৰী • সপোনতো বাৰে বাৰে কৰা আমনি • • আলফুলীয়া কপৌপাহি • কোনে বাৰু দিলেহি খোপাতে গুজি • কোনে বাৰু আনি দিলে মুগাৰ চোলাটি • মন পগলা হ'ল মিচিকি হাঁহিত • আলসুৱা বুকুতে সোমালা আহি • নোৱাৰো থাকিব জানা তোমাকে এৰি • ধেমালি ধেমালিতে পৰিলো প্ৰেমত • অবুজন মনে তোমাক বিচাৰে কাষত • তোমাৰ প্ৰেমত পৰি আছো আধা মৰাকৈ • দিবানে মোক সঁচা মৰম আচুতীয়াকৈ • হবানে মোৰ সঁচা মৰম চিৰদিনলৈ • টেতেলী পতীয়া চিৰা খোন্দিছিলা • কেলৈনো মোক নিদিলা কোৱা • চকুলৈ নোচোৱা মৰম কি নুবুজা • কিয়নো মোৰ কলিজা খোৱা • • ৰভা খোটা হেলেকা • মোৰে বুকুৰ মইনামতী বিয়া হ'বা কেতিয়া • • লাজে লাজে চোৱা দুচকুলে • হিয়াতে ঠাই দিছা নেকি ? • মোৰ কলিজাতে থাকিবা আলফুলে • যাচিবা মৰম প্ৰতিদিনে • তোমাৰ চকুৰ কাজলে মোৰ টোপনি কাঢ়িছে • লাহি যৌৱনে মোক পগলা কৰিছে • • চামেলী নে চম্পাৱতী কৰেনো মোহিনী • বিচাৰিলে দিবা জানো কোমল হিয়াখনি • সৰগৰে পৰী তুমি পদুম কোঁৱৰী • সপোনতো বাৰে বাৰে কৰা আমনি • • • Special Thanks : Jyoti borah(Maa), Gobin chandra(deuta), Disha hazari, Hareshwar Bori, partha kukil saikiya , lucky borah Bishnu Gogoi, Mrignaka Deuri,Hirainya Das • • #alphulia, #ritomborah, #drimonz,#assamese trending, #Tetelipotiya
#############################
