Bauli Fagun বাউলী ফাগুন Ep 315 05032024











>> YOUR LINK HERE: ___ http://youtube.com/watch?v=WtOzYL3bdng

ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে । • Follow Rengoni TV :- • Facebook:   / rengonitv   • Youtube:    / rengonitv   • Instagram:   / rengoni.tv   • Website: https://rengonitv.com/ • #RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo

#############################









Content Report
Youtor.org / YTube video Downloader © 2025

created by www.youtor.org