বিকৃত আৰু বেসুৰাকৈ ৰাভা সংগীত পৰিৱেশন কৰি বিপদত আফিয়া খাতুন
>> YOUR LINK HERE: ___ http://youtube.com/watch?v=kLOHMSR3_Zg
বিকৃত আৰু বেসুৰাকৈ ৰাভা সংগীত পৰিৱেশন কৰি বিপদত আফিয়া খাতুন নামৰ এগৰাকী মহিলা। আফিয়া খাতুনৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁৱৰ শিল্পী সমাজৰ। হোজাইৰ মহিলা গৰাকীৰ কাণ্ডক লৈ ক্ষুব্ধ নগাঁৱৰ শিল্পী সমাজ। ইপিনে এটা ৰিয়েলিটী শ্ব’ত ৰাভা জনগোষ্ঠীৰ গীত বুলি বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত পৰিৱেশন কৰি বিতৰ্কত গায়ক দেৱজিৎ সাহা। • #pratidintime #assam #nagaon
#############################
