ৰাজ্যৰ ক্ষুদ্ৰ চাহ উদ্যোগীৰ মাজত হাহাকাৰ সৃষ্টি কৰি প্ৰকাশ হ’ল এখন SOP
>> YOUR LINK HERE: ___ http://youtube.com/watch?v=wXwRuSrYdJ4
ৰাজ্যৰ ক্ষুদ্ৰ চাহ উদ্যোগীৰ মাজত হাহাকাৰ সৃষ্টি কৰি প্ৰকাশ হ’ল এখন SOP। চাহপাতৰ গুণাগুণ পৰীক্ষা নকৰাকৈ বটলিফ ফেক্টৰীয়ে পাত নোলোৱাৰ সিদ্ধান্তৰ পিছতে ক্ষুদ্ৰ চাহ উদ্যোগীৰ ক্ষোভ। পাতৰ মূল্য কমোৱাৰ ষড়যন্ত্ৰৰ বাবেই এনে হঠকাৰী সিদ্ধান্ত নেকি? এনেসমূহ বিষয় চৰ্চাৰ মাজতে অৱশ্যে ৰাজ্য চৰকাৰ আৰু টি বোৰ্ডৰ বিশেষ আলোচনা। • #pratidintime #assam #tea #sop
#############################
